Добавить
Уведомления

আইতা।। কবি- হেম বৰুৱা।। Aaita, kobi- Hem Boruah, Assamese poem recite

কবি-হেম বৰুৱা আবৃত্তি- প্ৰৱাল গোস্বামী #assamesepoem এয়া আমাৰ আইতা, আশীবছৰীয়া : মধ্যাহ্নৰ সূৰুযৰ প্ৰখৰ তাপত, নাইবা ঘনঘোৰ বাৰিষাৰ প্ৰলয় দিনত জহকালি, জাৰকালি সকলোকে উপলুঙা কৰি ঘূৰি ফুৰা মৰাপাট বৰণীয়া চুলি। আইতাক লগ পাই সুধিছিলোঁ মই : "তুমি আই, লাখুটিত ভৰ দি, খুপি খুপি বিচাৰিছা কি?" আইতাই ঘোলা চকুযুৰি মোৰ ফালে তুলি একেষাৰ কথা মাথোঁ ক'লে : "মই বিচাৰিছোঁ, বিচাৰিছোঁ কি, তই নুবুজিবি, নুবুজিবি সোণ। বিচাৰিছোঁ মই সেই কুৰিটা বছৰ, মোৰ যৌৱনৰ, সপোনৰ বাটৰ ধূলিত কিজানিবা আছে লীন হৈ

12+
16 просмотров
2 года назад

, чтобы оставлять комментарии